Select Page

এগৰাকী কোটিপতি ভাৰতীয় সাধাৰণ মহিলাৰ কাহিনীয়/An inspirational of Sudha Murty’s,chairperson of the Infosys Foundation.

এগৰাকী কোটিপতি ভাৰতীয় সাধাৰণ মহিলাৰ  কাহিনীয়/An inspirational of Sudha Murty’s,chairperson of the Infosys Foundation.

এই যে মাটিত বহি সাধাৰণ মহিলাৰ দৰে কিবা বনায় আছে তেঁওক চিনি পাইছে নে?বিশ্বৰ আগশাৰী কোম্পানী Infosys ৰ সংস্থাপক সুধা মূৰ্তি তেঁও।যাৰ জোৱায়েক বৰ্তমান ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী।দেশৰ অন্যতম এগৰাকী ধনী মহিলা তেঁও।প্ৰায় ৭৭৫ কোটি টকা সম্পত্তিৰ গৰাকী।থীৰুৱান্তাপুৰমৰ এটা মন্দিৰত বহু মহিলাৰ মাজত মন্দিৰৰ চৌপাশতে মাটিত বহি ‘পোংগল’ নামৰ এটা উৎসৱৰ বাবে প্ৰসাদ তৈয়াৰ কৰি আছিল এইদৰে।কোনো মহিলাই তেঁওক ধৰিবই নোৱাৰিলে যে Infosys দৰে এটা বৃহৎ প্ৰতিষ্ঠানৰ মালিকে তেঁও লোকৰ কাষত বহি সাধাৰণ মানুহৰ দৰে পূজাৰ খাদ্য ৰান্ধি আছে।’পদ্মশ্ৰী’,’পদ্মভূষণ’ ৰে সন্মানীত সুধা মূৰ্তি এগৰাকী শিক্ষাবিদ,লিখক,চিন্তাবিদো।

বাঙ্গালুৰৰ সমীপৰৰ ৰাঘবেন্দ্ৰস্বামী মন্দিৰৰ সন্মুখত সুধা মুৰ্ত্তীয়ে প্ৰতিবছৰে ৩ দিনকৈ কাৰ সেৱাও কৰে।য’ত তেঁও সেৱক সকলক এইদৰে নিজে বহি শাক পাচলীও যোগান ধৰে।

এই গৰাকী সুধা মূৰ্ত্তীৰ জীয়ৰী অক্ষতা মূৰ্ত্তী হৈছে বৰ্তমানৰ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ সহধৰ্মীনি।

Recent Posts

Follow Better & Brighter